প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৩০ জানুৱাৰী, ২০২২ৰ 'মন কী বাত' কাৰ্যক্ৰমৰ বাবে দেশবাসীৰ পৰা তেওঁলোকৰ ধাৰণা আৰু পৰামৰ্শ আহ্বান জনাইছে

Posted On: 19 JAN 2022 11:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে, ৩০ জানুৱাৰী, ২০২২ৰ 'মন কী বাত' কাৰ্যক্ৰমৰ বাবে দেশবাসীৰ পৰা তেওঁলোকৰ ধাৰণা আৰু পৰামৰ্শ আহ্বান জনাইছে।

 

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে:

 

"এই মাহৰ ৩০ জানুৱাৰীত, বৰ্ষ ২০২২ৰ প্ৰথম মন কী বাত কাৰ্যক্ৰম প্ৰস্তুত কৰা হ'ব। মই নিশ্চিত যে আপোনালোকৰ ওচৰত অনেক প্ৰেৰণাদায়ক জীৱন প্ৰসংগ আৰু বিষয় আছে। সিবিলাক @mygovindia বা নমো-এপত শ্বেয়াৰ কৰক। নিজৰ বাৰ্তা 1800-11-7800ত ৰেকৰ্ড কৰক।”

 

***

DS/SH



(Release ID: 1791148) Visitor Counter : 91