প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তিৰুবল্লুবৰ দিৱস উপলক্ষে মহান তিৰুবল্লুবৰলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
15 JAN 2022 9:16AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তিৰুবল্লুবৰ দিৱস উপলক্ষে মহান তিৰুবল্লুবৰলৈ শ্ৰদ্ধা নিবেদন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"তিৰুবল্লুবৰ দিৱসত মই মহান তিৰুবল্লুবৰলৈ শ্ৰদ্ধা নিবেদন কৰিছো। তেওঁৰ আদৰ্শৰাজি অন্তৰ্দৃষ্টিসম্পন্ন আৰু ব্যৱহাৰিক... তেওঁলোক তেওঁলোকৰ বিবিধ প্ৰকৃতি আৰু বৌদ্ধিক গভীৰতাৰ বাবে স্বকীয়। যোৱা বছৰ গ্ৰহণ কৰা কন্যাকুমাৰীৰ তিৰুবল্লুবৰ প্ৰতিমূৰ্তি আৰু বিবেকানন্দ ৰক মেম'ৰিয়েলৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছো।"
***
DS/SH/SB
(रिलीज़ आईडी: 1790306)
आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam