প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৫০সংখ্যক ‘বিজয় দিৱস’ত মুক্তিযোদ্ধা, বীৰাংগণা তথা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শৌৰ্য আৰু ত্যাগৰ গাঁথা স্মৰণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 DEC 2021 9:58AM by PIB Guwahati

৫০সংখ্যক ‘বিজয় দিৱস’ত মুক্তিযোদ্ধা, বীৰাংগণা আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শৌৰ্য তথা ত্যাগৰ গাঁথা স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে ৰাষ্ট্ৰপতি জী ঢাকাত উপস্থিত থকা কথাই প্ৰতিগৰাকী ভাৰতীয়ৰ বাবেই বিশেষ তাত্পৰ্য বহণ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“৫০সংখ্যক বিজয় দিৱসত মই মুক্তিযোদ্ধা, বীৰাংগণা আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰযোদ্ধাসকলৰ শৌৰ্য আৰু ত্যাগৰ গাঁথা স্মৰণ কৰিছো। আমি একেলগে যুঁজিছিলো আৰু দমনকাৰী শক্তিক পৰাভূত কৰিছিলো। ঢাকাত ৰাষ্ট্ৰপতি জীৰ উপস্থিতিয়ে প্ৰতিগৰাকী ভাৰতীয় বাবে বিশেষ তাত্পৰ্য বহণ কৰিছে”।

 

***

DS/SH/KB


(रिलीज़ आईडी: 1782475) आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Tamil , Kannada , Malayalam , Bengali , Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati