প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব মল্লযুঁজাৰু চেম্পিয়নশ্বিপ, ২০২১ত পদক জয়ৰ বাবে অঞ্চু মালিক আৰু সৰিতা ম’ৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 10 OCT 2021 7:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব মল্লযুঁজাৰু চেম্পিয়নশ্বিপ, ২০২১ত অঞ্চু মালিকে ৰূপৰ পদক আৰু সৰিতা ম’ৰে ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনায়৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, বিশ্ব মল্লযুঁজাৰু চেম্পিয়নশ্বিপ, ২০২১ত ৰূপৰ জয় কৰাৰ বাবে @OLyAnshu আৰু ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে @saritamor3 অভিনন্দন জনায়৷ এইসকলক খেলুৱৈৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনালো৷

***

DS/AK/DB



(Release ID: 1763906) Visitor Counter : 115