পোষ্ট কৰা হৈছে:
10 OCT 2021 7:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব মল্লযুঁজাৰু চেম্পিয়নশ্বিপ, ২০২১ত অঞ্চু মালিকে ৰূপৰ পদক আৰু সৰিতা ম’ৰে ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনায়৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “বিশ্ব মল্লযুঁজাৰু চেম্পিয়নশ্বিপ, ২০২১ত ৰূপৰ জয় কৰাৰ বাবে @OLyAnshu আৰু ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে @saritamor3 অভিনন্দন জনায়৷ এইসকলক খেলুৱৈৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনালো৷”
***
DS/AK/DB