পোষ্ট কৰা হৈছে:
07 OCT 2021 11:08AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"সকলোকে নৱৰাত্ৰিৰ শুভেচ্ছা জনাইছো। আগন্তুক দিনকেইটা জগত জননী মাৰ পূজা-অৰ্চনাত আমাক নিজকে সমৰ্পণ কৰাৰ সময়।
নৱৰাত্ৰিয়ে যেন প্ৰত্যেকৰে জীৱনলৈ শক্তি, সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ সঞ্চাৰ কৰে, তাৰে কামনা কৰিলো। https://t.co/f42HyGnUYM
আজি হৈছে নৱৰাত্ৰিৰ ১ম দিন আৰু আমি মা শৈলপুত্ৰীলৈ পূজা আগবঢ়াইছো। ইয়াত তেওঁলৈ আগবঢ়োৱা এভাগি স্তুতি সংলগ্ন কৰা হৈছে। https://t.co/nzIVQUrWH8"
***
DS/SH/SB