প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৱাশ্বিংটন ডি.চি.ত উপস্থিত হোৱাৰ সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্ত

Posted On: 23 SEP 2021 8:30AM by PIB Guwahati

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ আমন্ত্ৰণক্ৰমে ২২ ছেপ্টেম্বৰ, ২০২১ত ৱাশ্বিংটন ডি.চি.ত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী৷

মাৰ্কিন চৰকাৰৰ হৈ ব্যৱস্থাপনা আৰু সম্পদ বিভাগৰ সচিব শ্ৰীযুত টি. এইচ. ব্ৰায়ান মেককেঅনে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়৷

এই উপলক্ষে এন্দ্ৰিউ বিমানকোঠত বিপুল সংখ্যক প্ৰৱাসী ভাৰতীয় উপস্থিত থাকে আৰু তেওঁলোক হৰ্ষোল্লাহেৰে প্ৰধানমন্ত্ৰীক আদৰণি জনায়৷


****

DS/SH/DB



(Release ID: 1760790) Visitor Counter : 125