প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২৬ ছেপ্টেম্বৰ, ২০২১ৰ মন কী বাতৰ বাবে দেশৰ নাগৰিকসকলক তেওঁলোকৰ ধাৰণা শ্বেয়াৰ কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 16 SEP 2021 10:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ছেপ্টেম্বৰ, ২০২১ৰ দেওবাৰে প্ৰচাৰ হ’বলগীয়া মন কী বাতৰ বাবে দেশৰ নাগৰিকসকলক তেওঁলোকৰ ধাৰণা শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়৷ মন কী বাতৰ বাবে ধাৰণাসমূহ নমো এপ, মাইগভ বা বাৰ্তা ৰেকৰ্ড কৰি ১৮০০-১১-৭৮০০ নম্বৰত প্ৰেৰণ কৰিব পাৰিব৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “চলিত মাহৰ #MannKiBaatৰ বাবে কেতবোৰ আমোদজনক ইনপুট লাভ কৰিছো, যিবোৰ ২৬ তাৰিখে প্ৰচাৰ হ’ব৷ নমো এপ, মাইগভ বা বাৰ্তা ৰেকৰ্ড কৰি ১৮০০-১১-৭৮০০ নম্বৰত আপোনালোকৰ চিন্তাধাৰা শ্বেয়াৰ কৰি থাকক৷”

****

DS/SH/DB


(रिलीज़ आईडी: 1755980) आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Kannada , Manipuri , English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Malayalam