প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বিশ্ব আণ্ডাৰ ২০ এথলেটিক্স চেম্পিয়নশ্বিপ নাইৰবী ২০২১ত পদক জয় কৰা এথলীটসকলক অভিনন্দন জনায়
प्रविष्टि तिथि:
23 AUG 2021 1:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব আণ্ডাৰ ২০ এথলেটিক্স চেম্পিয়নশ্বিপ নাইৰবী ২০২১ত পদক জয় কৰা এথলীটসকলক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কৈছে, "গতি তথা অধিক সফলতাৰ চয়ন! এই চেম্পিয়নশ্বিপ @ WAU20Nairobi21ত ২টা ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক ঘৰলৈ অনা আমাৰ এথলীটসকলক অভিনন্দন। এথলেটিক্সে সমগ্ৰ ভাৰতত জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু ই অনাগত সময়ৰ বাবে এটা বহুত ভাল সংকেত। কঠিন পৰিশ্ৰম কৰা আমাৰ এথলীটসকলক শুভেচ্ছা।"
****
DS/SH
(रिलीज़ आईडी: 1750445)
आगंतुक पटल : 216
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam