প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

টকিঅ’ অলিম্পিক, ২০২০ ত মল্লযুদ্ধত ৰূপৰ পদক অৰ্জন কৰা ৰবি কুমাৰ দাহিয়াক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 05 AUG 2021 5:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক, ২০২০ ত মল্লযুদ্ধত ৰূপৰ পদক অৰ্জন কৰা ৰবি কুমাৰ দাহিয়াক অভিনন্দন জ্ঞাপন কৰিছে আৰু তেওঁক এজন অসাধাৰণ মল্লযুঁজাৰু বুলি কয়।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"ৰবি কুমাৰ দাহিয়া এজন অসাধাৰণ মল্লযুঁজাৰু! তেওঁৰ যুঁজাৰু উদ্দীপনা আৰু দৃঢ়তা অসামান্য। #Tokyo2020 ত ৰূপৰ পদক অৰ্জনৰ বাবে তেওঁক অভিনন্দন জনালো। তেওঁৰ সাফল্যত ভাৰতে অতিশয় গৌৰৱ অনুভৱ কৰিছে।"

***

DS/SH/SB



(Release ID: 1744725) Visitor Counter : 192