প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
টকিঅ’ অলিম্পিক, ২০২০ ত মল্লযুদ্ধত ৰূপৰ পদক অৰ্জন কৰা ৰবি কুমাৰ দাহিয়াক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
05 AUG 2021 5:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক, ২০২০ ত মল্লযুদ্ধত ৰূপৰ পদক অৰ্জন কৰা ৰবি কুমাৰ দাহিয়াক অভিনন্দন জ্ঞাপন কৰিছে আৰু তেওঁক এজন অসাধাৰণ মল্লযুঁজাৰু বুলি কয়।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"ৰবি কুমাৰ দাহিয়া এজন অসাধাৰণ মল্লযুঁজাৰু! তেওঁৰ যুঁজাৰু উদ্দীপনা আৰু দৃঢ়তা অসামান্য। #Tokyo2020 ত ৰূপৰ পদক অৰ্জনৰ বাবে তেওঁক অভিনন্দন জনালো। তেওঁৰ সাফল্যত ভাৰতে অতিশয় গৌৰৱ অনুভৱ কৰিছে।"
***
DS/SH/SB
(रिलीज़ आईडी: 1744725)
आगंतुक पटल : 236
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Malayalam
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada