প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে গল্ফ খেলুৱৈ অদিতি অশোকৰ ক্রীড়া নৈপুণ্য আৰু দৃঢ়তাৰ প্রশংসা কৰে
प्रविष्टि तिथि:
07 AUG 2021 11:18AM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অলিম্পিকত অসাধাৰণ ক্রীড়া নৈপুণ্য প্রদর্শন আৰু মানসিক দৃঢ়তাৰ বাবে গল্ফ খেলুৱৈ অদিতি অশোকৰ প্রশংসা কৰিছে।
এটা ট্যুইটত প্রধানমন্ত্রীয়ে কৈছে, “সুন্দৰ খেলা দেখুৱাইছে @aditigolf ! আপুনি #tokyo2020’ত অসাধাৰণ ক্রীড়া নৈপুণ্য আৰু দৃঢ়তা দেখুৱাইছে। খুব অলপৰ কাৰণে পদক হাতৰ পৰা গ'লেও আপুনি যি ক্রীড়া নৈপুণ্য দেখুৱাইছে, সেয়া কোনো ভাৰতীয়তকৈ কম নহয়। আনকি, আপুনি আনৰ বাবে দৃষ্টান্ত হৈ উঠিছে। আপোনাৰ ভৱিষ্যৎ প্রচেষ্টালৈ শুভ কামনা জনাইছো”।
******
DS
(रिलीज़ आईडी: 1743747)
आगंतुक पटल : 193
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada