প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চিকিৎসক দিৱসত চিকিৎসকসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 JUL 2021 9:52AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসক দিৱস উপলক্ষে প্ৰতিগৰাকী চিকিৎসককে শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘চিকিৎসক দিৱসত প্ৰতিগৰাকী চিকিৎসকক মোৰ শুভেচ্ছা। চিকিৎসা জগতত ভাৰতৰ প্ৰগতি প্ৰশংসনীয় আৰু ই আমাৰ ধৰিত্ৰীক স্বাস্থ্যৱান কৰি তোলাত অৰিহণা যোগাইছে।
কেইদিনমান আগতে #MannKiBaatত মই এইদৰে কৈছিলো।’
****
DS/SH/KG
(रिलीज़ आईडी: 1732541)
आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam