প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পহিলা ব'হাগত প্রধানমন্ত্রীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
15 APR 2021 9:03AM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভাৰত আৰু বিশ্বৰ নানা প্রান্তত থকা বাঙালিসকলক পহিলা ব'হাগৰ শুভেচ্ছা জনাইছে।
এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে, "শুভ নৱবর্ষ ! বেংগলৰ মানুহৰ ভালপোৱা আৰু প্রাণস্পন্দনে প্রকৃতার্থতেই মন ছুই যায়।
পহিলা ব'হাগত ভাৰত আৰু বিশ্বৰ নানা প্রান্তত থকা বাঙালিসকলক মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। নতুন বছৰে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি লৈ আহক, সকলো সুস্বাস্থ্যৰ অধিকাৰী হওক।"
********
DS
(ৰিলিজ আই ডি : 1712180)
অতিথি কক্ষ : 129
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada