প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উড়িয়া নৱ বৰ্ষ আৰু মহা বিষুৱ পনা সংক্ৰান্তি উপলক্ষে ওড়িশাৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 14 APR 2021 9:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উড়িয়া নৱ বৰ্ষ আৰু মহা বিষুৱ পনা সংক্ৰান্তি উপলক্ষে ওড়িশাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত, শ্ৰী মোদীয়ে “শুভ উড়িয়া নৱ বৰ্ষ!” বুলি সকলোকে শুভেচ্ছা জনাই আৰু এইবুলি লিখে “উড়িয়া নৱ বৰ্ষ আৰু মহা বিষুৱ পনা সংক্ৰান্তি উপলক্ষে ওড়িশাৰ জনসাধাৰণলৈ মোৰ হিয়াভৰা ওলগ জনাইছো। আগন্তুক বৰ্ষটোত যাতে আপোনালোকৰ সকলো আকাংক্ষা পৰিপূৰ্ণ হয়, মই তাৰে প্ৰাৰ্থনা জনাইছো। সকলোৰে জীৱন সু-স্বাস্থ্য আৰু সুখেৰ ওপচি পৰক।”

****

DS/SB


(ৰিলিজ আই ডি : 1711918) অতিথি কক্ষ : 161