প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ ১০০নিযুত পালি প্ৰতিষেধক প্ৰদানৰে পৃথিৱীৰ আটাইতকৈ দ্ৰুতগতিত টীকাকৰণ কৰা দেশ হ’ল ভাৰত

प्रविष्टि तिथि: 10 APR 2021 9:02PM by PIB Guwahati

ক’ভিড-১৯ৰ ১০০নিযুত পালি প্ৰতিষেধক প্ৰদানৰে পৃথিৱীৰ আটাইতকৈ দ্ৰুতগতিত টীকাকৰণ কৰা দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। ভাৰতে এই সাফল্য অৰ্জন কৰিলে ৮৫দিনত। ইয়াৰ বিপৰীতে আমেৰিকাই এই সাফল্য অৰ্জন কৰিবলৈ লৈছিল ৮৯দিন আৰু চীনে লৈছিল ১০২দিন।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৰা টুইটত উল্লেখ কৰে

“এক সুস্থ আৰু ক’ভিড-১৯ মুক্ত ভাৰত সুনিশ্চিত কৰিবলৈ সবল কৰা হৈছে প্ৰয়াস”।

****

DS/KB


(रिलीज़ आईडी: 1711095) आगंतुक पटल : 304
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Telugu , Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Kannada