প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কথাকলি বিশেষজ্ঞ গুৰু চেমেনছড়ি কুনিৰমণ নায়াৰৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক
Posted On:
15 MAR 2021 4:51PM by PIB Guwahati
কথাকলি বিশেষজ্ঞ গুৰু চেমেনছড়ি কুনিৰমণ নায়াৰৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
এটা টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "কথাকলি বিশেষজ্ঞ গুৰু চেমেনছড়ি কুনিৰমণ নায়াৰৰ মৃত্যুত ব্যথিত হৈছো। ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰতি তেওঁৰ অনুৰাগ সৰ্বজনবিদিত। তেওঁ আমাৰ ধ্ৰুপদী নৃত্যসমূহৰ নতুন প্ৰতিভাৰ প্ৰশিক্ষণৰ অৰ্থে অতুলনীয় প্ৰচেষ্টা গ্ৰহণ কৰিছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলক মই সমবেদনা জনাইছো। ঔম শান্তি।"
*****
DS/SH/SB
(Release ID: 1705031)
Visitor Counter : 234
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam