স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ ক’ভিড পৰীক্ষণ লক্ষ্যণীয়ভাৱে বৃদ্ধি

মুঠ পৰীক্ষা ১৫ কোটি অতিক্ৰম

বিগত ১০ দিনত ১ কোটি পৰীক্ষা সম্পন্ন

বিগত ১১ দিন ধৰি একেৰাহে দৈনিক নতুন ঘটনা ৪০,০০০ ৰ কম হৈ আছে

বিগত পাঁচ দিন ধৰি, ৫০০ তকৈ কম দৈনিক মৃত্যুৰ ঘটনাৰে অভিলেখ

Posted On: 10 DEC 2020 10:35AM by PIB Guwahati

বিশ্ব মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত ভাৰতে আন মাইলৰ খুঁটি অতিক্ৰম কৰিছে। মুঠ পৰীক্ষণ ১৫ কোটি অতিক্ৰম কৰিছে।

বিগত ২৪ ঘন্টাত ,২২,৯৫৯ টা নমুনা টেষ্ট কৰাত ভাৰতৰ মুঠ টেষ্ট ১৫,০৭,৫৯,৭২৬ লৈ বৃদ্ধি পায়।

অন্তিম এক কোটি মাত্ৰ ১০ দিনত সম্পন্ন কৰা হয়।

ক্ৰমাগতভাৱে বিস্তৃত আৰু প্ৰসাৰিত পৰীক্ষা ব্যৱস্থাই পজিটিভিটি হাৰ নিম্ন কৰাত অৰিহণা যোগায়।

WhatsApp Image 2020-12-10 at 10.10.34 AM.jpeg

আন এটা লক্ষ্যণীয় সফলতা হিচাপে বিবেচিত হৈছে বিগত এঘাৰ দিন ধৰি একেৰাহে নতুন দৈনিক ঘটনাৰ সংখ্যা ৪০,০০০ নিম্ন হৈ ৰৈছে। বিগত ২৪ ঘন্টাত, দেশখনৰ ৩১,৫২১ জন লোকৰ দেহত ভিড পজিটিভ ধৰা পৰিছে।

WhatsApp Image 2020-12-10 at 10.10.50 AM.jpeg

একে সময়তে ভাৰতত নতুন আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৩৭,৭২৫ টা। যাৰ জৰিয়তে চিকিসাধীন ৰোগীক্ৰমান্বয়ে হ্ৰাস পাই আছে ভাৰতৰ বৰ্তমান চিকিসাধীন ৰোগী হৈছে ,৭২,২৯৩ টা।

WhatsApp Image 2020-12-10 at 10.04.07 AM.jpeg

যাৰ হাৰ হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ .৮১% আজি মুঠ আৰোগ্য লাভৰ ঘটনাই ৯২. লাখ (৯২,৫৩,৩০৬) অতিক্ৰম কৰে। আৰোগ্য লাভৰ হাৰ ৯৪.৭৪% লৈ বৃদ্ধি পাইছে। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে আৰু বৰ্তমান ইয়াৰ পৰিমাণ হৈছে ,৮৮১,০১৩ টা।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৭.৩০% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

মহাৰাষ্ট্ৰত সৰ্বাধিক ,০৫১ জন লোকে আৰোগ্য লাভ কৰিছে ইয়াৰ পাছতেই থকা কেৰালা আৰু দিল্লীত আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ক্ৰমে ,৬৪৭ আৰু ,১৭৭ টা।

WhatsApp Image 2020-12-10 at 9.58.28 AM.jpeg

নতুন ঘটনাৰ ৭৪.৬৫% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। বিগত ২৪ ঘন্টাত মহাৰাষ্ট্ৰত সৰ্বাধিক ,৯৮১ টা নতুন ঘটনা চিনাক্ত কৰা হৈছে। কালি কেৰালাত নতুন ঘটনাৰ সংখ্যা ,৮৭৫ টা। পশ্চিম বংগত ইয়াৰ পৰিমাণ হৈছে ,৯৫৬ টা।

WhatsApp Image 2020-12-10 at 9.58.25 AM.jpeg

বিগত ২৪ ঘন্টাত সংঘটিত হোৱা ৪১২ টা মৃত্যুৰ ঘটনাৰ ৭৭.৬৭% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

নতুন মৃত্যুৰ ঘটনাৰ ১৮.২০% মহাৰাষ্ট্ৰত সংঘটিত হৈছে। ইয়াত উক্ত সময়ছোৱাত ৭৫ জন লোকৰ মৃত্যু ঘটে। দিল্লীত মৃত্যুৰ ঘটনাৰ হাৰ হৈছে ১২.১৩%

WhatsApp Image 2020-12-10 at 9.58.26 AM.jpeg

ইয়াত ৫০ জন লোকৰ মৃত্যু হৈছে। বিগত দিন ধৰি দৈনিক নতুন মৃত্যুৰ ঘটনা ৫০০ নিম্ন হৈ আছে।

WhatsApp Image 2020-12-10 at 10.13.53 AM.jpeg

****

MV/SJ/DB



(Release ID: 1679887) Visitor Counter : 189