প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আজিৰ আত্মনিৰ্ভৰ ভাৰত পেকেজ হৈছে সমাজৰ সকলো শাখাৰ লোকক সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ধাৰাবাহিকতাঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 12 NOV 2020 9:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে আজিৰ আত্মনিৰ্ভৰ ভাৰত পেকেজ হৈছে সমাজৰ সকলো শাখাৰ লোকক সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ধাৰাবাহিকতা।

 

এটা টুইটত শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ''আজিৰ আত্মনিৰ্ভৰ ভাৰত পেকেজে সমাজৰ সকলো শাখাৰ লোকক সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাসমূহে কৰ্ম সংস্থাপন সৃষ্টি কৰা, দুশ্চিন্তাযুক্ত খণ্ডবিলাক সৰল কৰাত সহায় কৰিব, তাৰল্য নিশ্চিত কৰিব, প্ৰস্তুতকৰণক ত্বৰান্বিত কৰিব, ৰিয়েল-এষ্টেট খণ্ডক শক্তি যোগাব আৰু কৃষকসকলক সমৰ্থন কৰিব।''

 

***

DS/SH


(रिलीज़ आईडी: 1672545) आगंतुक पटल : 238
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam