প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মাৰ্কিন কংগ্ৰেছী জন লেৱিছৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
19 JUL 2020 12:58PM by PIB Guwahati
মাৰ্কিন কংগ্ৰেছী জন লেৱিছৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে শোক প্ৰকাশ কৰে।
এটা টুইটত, প্ৰধানমন্ত্ৰীজনে কয়, "নাগৰিকৰ অধিকাৰ, অহিংসা স্থাপনৰ পথিকৃৎ আৰু গান্ধীবাদী প্ৰমূল্যবোধত বিশ্বাসী মাৰ্কিন কংগ্ৰেছী জন লেৱিছৰ মৃত্যুত আমি শোকভিভূত হৈ পৰিছো। তেখেতৰ এই নিদৰ্শন স্মৰণীয় হৈ থাকিব আৰু ই সদায়ে উদ্বুদ্ধ কৰি ৰাখিব।"
***
VRRK/SH/SB
(रिलीज़ आईडी: 1639751)
आगंतुक पटल : 253
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada