গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা ‘গ্ৰেট অনৰ নিশান অৱ ইথিঅ’পিয়া’ লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীক কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অভিনন্দন

প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ মুহূৰ্ত

এখন বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা জননেতা হিচাপে মোদীজীৰ এয়া হৈছে ২৮সংখ্যক স্বীকৃতি, যিয়ে তেওঁৰ নেতৃত্বত বিশ্ব কূটনীতিৰ ক্ষেত্ৰখনত ভাৰতৰ বৰ্ধিত মৰ্য্যাদাৰ ইংগিত দিয়ে

এই সন্মান ভাৰত আৰু ইথিঅ’পিয়াৰ মাজত বন্ধুত্বৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হৈ থাকিব

प्रविष्टि तिथि: 17 DEC 2025 11:01AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীক ইথিঅপিয়াৰ সৰ্বোচ্চ বঁটা 'গ্ৰেট অনৰ নিশান অব্ ইথিঅপিয়া' বঁটাৰে সন্মানিত কৰাৰ বাবে অভিনন্দন জনাই আৰু ইয়াক প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি মন্তব্য কৰে।

 

'এক্স'ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়," প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ মুহূৰ্ত। ইথিঅপিয়াৰ সৰ্বোচ্চ বঁটা 'গ্ৰেট অনৰ নিশান অব্ ইথিঅপিয়া' বঁটাৰে সন্মানিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীক অভিনন্দন জনাইছো। এখন বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা মোদীজী ৰাজনৈতিক জীৱনৰ বাবে এয়া হৈছে ২৮সংখ্যক স্বীকতি, যিয়ে তেওঁৰ নেতৃত্বত বিশ্ব কূটনীতিৰ ক্ষেত্ৰখনত ভাৰতৰ বৰ্ধিত মৰ্যদাৰ ইংগিত দিয়ে। এই সন্মান ভাৰত আৰু ইথিঅপিয়াৰ মাজৰে বন্ধুত্বৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হৈ থাকিব।"

***

RR / PS/ MK


(रिलीज़ आईडी: 2205014) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam