প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী মোদীয়ে লিপ-বু টানক সাক্ষাৎ কৰে , ভাৰতৰ অৰ্ধপৰিবাহী যাত্ৰাৰ প্ৰতি ইণ্টেলৰ দায়বদ্ধতাক কৰিলে প্ৰশংসা
পোষ্ট কৰা হৈছে:
09 DEC 2025 9:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লিপ-বু টানক সাক্ষাৎ কৰি আনন্দ প্ৰকাশ কৰে আৰু ভাৰতৰ অৰ্ধপৰিবাহী যাত্ৰাৰ প্ৰতি ইণ্টেলৰ দায়বদ্ধতাক উষ্ম আদৰণি জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত এইদৰে কয় যে-
"শ্ৰীমান লিপ-বু টানক লগ পাই আনন্দিত হৈছো। ভাৰতে আমাৰ অৰ্ধপৰিবাহী যাত্ৰাৰ প্ৰতি ইণ্টেলৰ দায়বদ্ধতাক আদৰণি জনাইছে। মই নিশ্চিত যে ইণ্টেলে আমাৰ যুৱক-যুৱতীসকলৰ সৈতে প্ৰযুক্তিৰ বাবে উদ্ভাৱন-চালিত ভৱিষ্যত গঢ়ি তোলাৰ বাবে কাম কৰাৰ এক বিশেষ অভিজ্ঞতা লাভ কৰিব।
***
MJPS/SR/DM
(ৰিলিজ আই ডি : 2201455)
অতিথি কক্ষ : 28
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam