প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰাকৃতিক কৃষিৰ সন্দৰ্ভত নিজৰ চিন্তাধাৰা শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 03 DEC 2025 2:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লিংকডইন পোষ্টত তেওঁ লিখা এটা প্ৰৱন্ধত প্ৰাকৃতিক কৃষিৰ বিষয়ে নিজৰ চিন্তাধাৰা প্ৰকাশ কৰে। "দুসপ্তাহৰ পূৰ্বে মই কইম্বাটুৰস্থিত প্ৰাকৃতিক কৃষি সন্মিলনত উপস্থিত আছিলো, যিয়ে মোৰ মনত এক চিৰস্থায়ী প্ৰভাৱ পেলায়। এই লিংকডইন পোষ্টত মই ইয়াৰ ওপৰত কিছু চিন্তা ব্যক্ত কৰিছো, সমগ্ৰ ভাৰতৰ জনসাধাৰণক প্ৰাকৃতিক কৃষিকাৰ্য বৃদ্ধিৰ বাবে আহ্বান জনাইছো। এবাৰ চাওক", শ্ৰী মোদীয়ে এইদৰে কয়।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:

"দুসপ্তাহৰ পূৰ্বে মই কইম্বাটুৰস্থিত প্ৰাকৃতিক কৃষি সন্মিলনত উপস্থিত আছিলো, যিয়ে মোৰ মনত এক চিৰস্থায়ী প্ৰভাৱ পেলায়। এই লিংকডইন পোষ্টত মই ইয়াৰ ওপৰত কিছু চিন্তা ব্যক্ত কৰিছো, সমগ্ৰ ভাৰতৰ জনসাধাৰণক প্ৰাকৃতিক কৃষিকাৰ্য বৃদ্ধিৰ বাবে আহ্বান জনাইছো। এবাৰ চাওক"।

https://linkedin.com/pulse/india-natural-farmingthe-way-ahead-narendra-modi-6mquf/

@LinkedIn

 

 

***

MJPS/VJ/DB


(रिलीज़ आईडी: 2198201) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Punjabi , Kannada , Malayalam