প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মনি কণ্ট্ৰ'লৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে জি-২০ত ভাৰতৰ অধ্যক্ষতাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে

ভাৰতৰ বৈশ্বিক ভূমিকা আৰু ভূ-ৰাজনৈতিক প্ৰত্যাহ্বান, বিশ্বস্ত বৈশ্বিক প্ৰতিষ্ঠানৰ গুৰুত্বৰ বিষয়েও তেওঁৰ দৃষ্টিভংগী ব্যক্ত কৰে।

प्रविष्टि तिथि: 06 SEP 2023 10:10AM by PIB Guwahati

মনি কন্ট্ৰ'লৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে জি-২০ত ভাৰতৰ অধ্যক্ষতাৰ সৈতে জড়িত বিভিন্ন বিষয়ত নিজৰ মতামত ব্যক্ত কৰে।

শ্ৰী মোদীয়ে মানি কন্ট্ৰ'লৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত ভাৰতৰ বৈশ্বিক ভূমিকা আৰু ভূ-ৰাজনৈতিক প্ৰত্যাহ্বান, বিশ্বস্ত বৈশ্বিক প্ৰতিষ্ঠানসমূহৰ গুৰুত্বৰ বিষয়েও অৱগত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীৰ সাক্ষাৎকাৰ সন্দৰ্ভত মনি কন্ট্ৰ'লৰ এক্সেছ পোষ্টৰ প্ৰত্যুত্তৰত শ্ৰী মোদীয়ে কয়;

@moneycontrolcomৰ সৈতে হোৱা সাক্ষাৎকাৰত মই ভাৰতৰ জি-২০ অধ্যক্ষতা, বিশ্ব কল্যাণৰ বাবে ভাৰতৰ দৃষ্টিভংগী, আমাৰ উন্নয়নৰ অগ্ৰগতি আদিৰ সৈতে জড়িত বিভিন্ন বিষয়ত মোৰ চিন্তাধাৰা ব্যক্ত কৰিছো।


(रिलीज़ आईडी: 2190739) आगंतुक पटल : 19
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam