প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তাঞ্জাবুৰ সঁচাকৈয়ে ধুনীয়াঃ প্ৰধানমন্ত্ৰী

হলিউডৰ অভিনেতা মাইকেল ডগলাছৰ ছ’চিয়েল মিডিয়া প’ষ্টলৈ প্ৰধানমন্ত্ৰীৰ সঁহাৰি

प्रविष्टि तिथि: 08 DEC 2023 9:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তাঞ্জাবুৰ ভ্ৰমণৰত হলিউডৰ অভিনেতা মাইকেল ডগলাছৰ এটা ছ’চিয়েল মিডিয়া প’ষ্টলৈ সঁহাৰি জনায়।

এক্স-ত এটা প’ষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“তাঞ্জাবুৰ সঁচাকৈয়ে ধুনীয়া! ভাৰতত আৰু চাবলগীয়া স্থান আছে, যিয়ে সমগ্ৰ বিশ্বৰ পৰ্যটকসকলক মন্ত্ৰমুগ্ধ কৰিব।”

***

DS/TS/SB


(रिलीज़ आईडी: 2183403) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam