প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লক্ষদ্বীপত হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
লক্ষদ্বীপৰ প্ৰগতিৰ বাবে চৰকাৰৰ সংকল্পক পুনৰ দোহাৰে।
পোষ্ট কৰা হৈছে:
04 JAN 2024 9:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লক্ষদ্বীপত চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে।
তেওঁ এক্সত লিখিছে:
"সমাজৰ সকলো শ্ৰেণীৰ লোকলৈ উন্নয়নৰ সুফল আগবঢ়োৱাৰ তুলনাত ইয়াতকৈ আৰু সন্তোষজনক কি হ'ব পাৰে? কালি লক্ষদ্বীপৰ এই মত-বিনিময় চাওক... "
(ৰিলিজ আই ডি : 2181741)
অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam