প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ জাপানৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ
Posted On:
19 AUG 2024 9:53PM by PIB Guwahati
জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী কামিকাৱা য়োকো আৰু প্ৰতিৰক্ষা মন্ত্ৰী মিঃ কিহাৰা মিনোৰুৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে তৃতীয় ভাৰত-জাপান ২+২ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পূৰ্বে দুয়োকে ভাৰতলৈ আদৰণি জনায়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপানৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কত হোৱা অগ্ৰগতিৰ বুজ লয়।
শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে:
"তৃতীয় ভাৰত-জাপান ২+২ বিদেশ আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পূৰ্বে জাপানৰ বৈদেশিক মন্ত্ৰী @Kamikawa_Yoko আৰু প্ৰতিৰক্ষা মন্ত্ৰী @kihara_minoruক সাক্ষাৎ কৰি মই অতিশয় আনন্দিত হৈছো। ভাৰত-জাপানৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কত হোৱা অগ্ৰগতিৰ খতিয়ান লয়। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ প্ৰসাৰত ভাৰত-জাপানৰ অংশীদাৰিত্বৰ ভূমিকাক পুনৰ নিশ্চিত কৰে।
MJPS/SR
(Release ID: 2181740)
Visitor Counter : 5
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam