প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ দশেশ্বমেধ ঘাটত গংগা পূজন কৰে
प्रविष्टि तिथि:
18 JUN 2024 9:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ দশেশ্বমেধ ঘাটত গংগা পূজন কৰে। তেওঁ গংগা আৰতিৰো সাক্ষী হৈছিল।
প্ৰধান মন্ত্ৰীয়ে X ত পোষ্ট কৰিছে;
কাশীৰ মা গংগাৰ বুকুৰ পৰা লাইভ। ১৪০ কোটি ভাৰতীয়ৰ শান্তি, সমৃদ্ধি আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছো।
কাশীত গংগা আৰ্টিৰ সাক্ষী হোৱাটো এক মনোমোহা অভিজ্ঞতা। পবিত্ৰ গংগাৰ সৌন্দৰ্য্য, ইয়াৰ উজ্জ্বলতা আৰু ইয়াৰ চাৰিওফালে থকা ভক্তিই ইয়াক বিশেষ কৰি তুলিছে।
DS/TS
(रिलीज़ आईडी: 2178343)
आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam