প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰপতি মহোদয়া প্ৰধানমন্ত্ৰীৰ সংগ্ৰাহালয় ভ্ৰমণ কৰাত মই সুখী হৈছো: প্ৰধানমন্ত্ৰী মোদী
পোষ্ট কৰা হৈছে:
15 JAN 2024 6:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰুপদী মুৰ্মুৰ প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় ভ্ৰমণৰ বাবে আনন্দ প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছে:
প্ৰধানমন্ত্ৰীয়ে কয়, "ৰাষ্ট্ৰপতি জীয়ে প্ৰধানমন্ত্ৰী সংগ্ৰাহালয় পৰিদৰ্শন কৰাত আনন্দিত হৈছো, যিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সন্মান লাভ কৰা সকলোৰে জীৱন আৰু কৰ্মৰ এক আভাস প্ৰদান কৰে। মই আনকো, বিশেষকৈ যুৱক-যুৱতীসকলক সংগ্ৰাহালয় ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছো"।
DS
(ৰিলিজ আই ডি : 2178207)
অতিথি কক্ষ : 24
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam