প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজ্যিক দিৱস উপলক্ষে মেঘালয়বাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 21 JAN 2024 9:25AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ ৰাজ্যিক দিৱস উপলক্ষে ইয়াৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

তেওঁ লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে ভৱিষ্যতে প্ৰগতিৰ নতুন শিখৰ স্পৰ্শ কৰিব পাৰে।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

"মেঘালয়ৰ জনসাধাৰণলৈ ৰাজ্যিক দিৱসৰ শুভেচ্ছা! আজি মেঘালয়ৰ অবিশ্বাস্য সংস্কৃতি আৰু ইয়াৰ জনসাধাৰণৰ কৃতিত্ব উদযাপনৰ এক সুযোগ। আগন্তুক সময়ত মেঘালয়ে প্ৰগতিৰ নতুন শিখৰ স্পৰ্শ কৰক"।

DS/RT


(ৰিলিজ আই ডি : 2178198) অতিথি কক্ষ : 22