প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
য’ত বিএছএনএলৰ ৪জি ষ্টেকে কেনেকৈ স্বদেশী মনোভাৱক মূৰ্ত কৰি তুলিছে সেই বিষয়টোক উজ্জ্বল কৰি তোলা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
27 SEP 2025 10:22AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিএছএনএলৰ ৪জি ষ্টেকে স্বদেশী মনোভাৱক কিদৰে মূৰ্ত কৰি তুলিছে সেই বিষয়ত আলোকপাত কৰি লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য এম সিন্ধিয়াই এক্স দিয়া এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়-
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @জেএম সিন্ধিয়াই @বিএছএনএল কৰ্পোৰেটে ৪জি ষ্টেকত কিদৰে স্বদেশী মনোভাৱক মূৰ্ত কৰি তুলিছে সেই বিষয়টোক উজ্জ্বল কৰি তুলিছে। ২ কোটি ২০ লাখ ভাৰতীয়ক সংযোগ কৰা ৯২,০০০ৰো অধিক ছাইটৰ সৈতে ই ভাৰতৰ নিৰ্ভৰশীলতাৰ পৰা আত্মবিশ্বাস, নিয়োগ, ৰপ্তানি, বিত্তীয় পুনৰুজ্জীৱন আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়া যাত্ৰাক প্ৰতিফলিত কৰিছে ।”
MJPS/SR/DM
(ৰিলিজ আই ডি : 2172326)
অতিথি কক্ষ : 39
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam