প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শেহতীয়া জি এছ টি সংস্কাৰে খাদ্য সংসাধন খণ্ডত ব্যৱসায়ৰ সূচলতা বৃদ্ধিত পেলোৱা প্ৰভাৱ সম্পৰ্কীয় লেখা শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 19 SEP 2025 12:01PM by PIB Guwahati

শেহতীয়া জি এছ টি সংস্কাৰ যে কেৱল কাৰিকৰী পৰিবৰ্তন নহয় বৰং সহজ জীৱন-ধাৰণ, ব্যৱসায়ৰ সূচলতা আৰু বিনিয়োগৰ সূচলতা বৃদ্ধিৰ সাহসী পদক্ষেপ, সেই সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চিৰাগ পাছৱানৰ এটা লেখা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে কয়- ‘দৈনন্দিন প্ৰয়োজন হোৱা খাদ্য আৰু পেকেজিঙৰ হাৰ হ্ৰাস কৰি ইয়ে গেলামালৰ সামগ্ৰী অধিক সুলভ কৰিছে, এম এছ এম ইক সমৃদ্ধ কৰিছে, কৃষকসকলক সহায় কৰিছে আৰু খাদ্যৰ ক্ষেত্ৰত ভাৰতৰ গোলকীয় প্ৰতিযোগিতামূলক ক্ষমতা উন্নত কৰিছে।’

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চিৰাগ পাছৱানৰ এক্সৰ এক পোষ্টৰ সঁহাৰিত শ্ৰী মোদীয়ে কয়ঃ

‘কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চিৰাগ পাছৱানে লিখিছে যে শেহতীয়া জি এছ টি সংস্কাৰ যে কেৱল কাৰিকৰী পৰিবৰ্তন নহয় বৰং সহজ জীৱন-ধাৰণ, ব্যৱসায়ৰ সূচলতা আৰু বিনিয়োগৰ সূচলতা বৃদ্ধিৰ সাহসী পদক্ষেপ। দৈনন্দিন প্ৰয়োজন হোৱা খাদ্য আৰু পেকেজিঙৰ হাৰ হ্ৰাস কৰি ইয়ে গেলামালৰ সামগ্ৰী অধিক সুলভ কৰিছে, এম এছ এম ইক সমৃদ্ধ কৰিছে, কৃষকসকলক সহায় কৰিছে আৰু খাদ্যৰ ক্ষেত্ৰত ভাৰতৰ গোলকীয় প্ৰতিযোগিতামূলক ক্ষমতা উন্নত কৰিছে।’

***

MJPS/VJ/HS


(रिलीज़ आईडी: 2168400) आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam