প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ নিৰলস প্ৰচেষ্টাৰাজিয়ে উন্নত পথ-হাউছিং, দ্ৰুত মেট্ৰ’ আৰু সেউজ চহৰ প্ৰশস্তকৰণত আলোকপাতকাৰী এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে
Posted On:
15 SEP 2025 1:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰকাৰৰ নিৰলস প্ৰচেষ্টাৰাজিয়ে উন্নত পথ-হাউছিং, দ্ৰুত মেট্ৰ’ আৰু সেউজ চহৰ প্ৰশস্তকৰণত আলোকপাতকাৰী এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“ভাৰতৰ চহৰসমূহ বিকাশৰ ইঞ্জিনত পৰিণত হৈছে!
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @HardeepSPuri-এ চৰকাৰৰ নিৰলস প্ৰচেষ্টাৰাজিৰ ফলশ্ৰুতিত উন্নত পথ-হাউছিং, দ্ৰুত মেট্ৰ’ আৰু সেউজ চহৰ প্ৰশস্ত হোৱা সন্দৰ্ভত আলোকপাত কৰিছে।
এখনি নতুন নগৰীয়া ভাৰতৰ ৰূপ সম্পৰ্কে জ্ঞাত হ’বলৈ পঢ়ক!
https://www.hindustantimes.com/opinion/theres-a-new-urban-india-in-the-making-101757865213171.html
নমো এপ-ৰ জৰিয়তে”
***
MJPS/SR/SB
(Release ID: 2166824)
Visitor Counter : 2
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam