প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

পোষ্ট কৰা হৈছে: 18 AUG 2025 3:14PM by PIB Guwahati

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে এনেদৰে লিখিছেঃ

 “চি পি ৰাধাকৃষ্ণন জীক লগ পালো।এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদত মনোনীত প্ৰাৰ্থী হোৱাৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো। তেওঁৰ সুদীৰ্ঘ বছৰজোৰা জনসেৱা আৰু বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতাই আমাৰ জাতিটোক বহু পৰিমাণে সমৃদ্ধ কৰিব। তেওঁ সদায় যি নিষ্ঠা আৰু সংকল্পৰে তেওঁ জাতিটোৰ সেৱা আগবঢ়াই যাওক।

@CPRGuv”

***

MJPS/SR/HS


(ৰিলিজ আই ডি : 2163349) অতিথি কক্ষ : 26