প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশেষ ৰাখীবন্ধন উদযাপনৰ উল্লেখযোগ্য দিশসমূহ ভাগ-বতৰা কৰিলে প্ৰধানমন্ত্ৰীয়ে

অবিৰত আস্থা আৰু মৰমৰ বাবে নাৰী শক্তিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীক ৰাখী পিন্ধালে শিশুসকলে

পোষ্ট কৰা হৈছে: 09 AUG 2025 3:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ৭,লোক কল্যাণ মাৰ্গস্থিত ৭বাসগৃহত শিশুসকলৰ সৈতে বিশেষ ৰাখীবন্ধন অনুষ্ঠান উদযাপনৰ উল্লেখযোগ্য দিশসমূহ ভাগ-বতৰা কৰিছে। লগতে শ্ৰী মোদীয়ে নাৰী শক্তিৰ প্ৰতি তেওঁলোকৰ নিৰন্তৰ আস্থা আৰু মৰমৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

শিশুসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাখী পিন্ধাই  তেওঁৰ সৈতে ৰাখীবন্ধন উৎসৱ পালন কৰে।

এক্সৰ এটা  পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“ইয়াত আজি দিনটোৰ আৰম্ভনিতে আয়োজন কৰা এক অতি বিশেষ ৰাখীবন্ধন উদযাপনৰ আলোকপাত কৰা হৈছে। অবিৰত আস্থা আৰু মৰমৰ বাবে আমাৰ নাৰী শক্তিলৈ কৃতজ্ঞতা।”

****************

MJPS/ST/DM


(ৰিলিজ আই ডি : 2154777) অতিথি কক্ষ : 25