প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফলাফলৰ তালিকাঃ ফিলিপাইনছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
Posted On:
05 AUG 2025 4:31PM by PIB Guwahati
ক্ৰমিক নং
|
চুক্তি/বুজাবুজিৰ চুক্তিৰ (MoU) নাম
|
১
|
ভাৰত গণৰাজ্য আৰু ফিলিপাইনছ গণৰাজ্যৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ কথা ঘোষণা
|
২
|
ভাৰত-ফিলিপাইনছ কৌশলগত অংশীদাৰিত্বঃ কাৰ্য্য পৰিকল্পনা (২০২৫-২৯)
|
৩
|
ভাৰতীয় বায়ুসেনা আৰু ফিলিপাইনছ বায়ুসেনাৰ মাজত এয়াৰ ষ্টাফ টকছ সন্দৰ্ভত টাৰ্মছ অৱ ৰেফাৰেন্স
|
৪
|
সেনা-সেনা ষ্টাফ টকছ সন্দৰ্ভত ভাৰতীয় সেনা আৰু ফিলিপাইনছ সেনাৰ মাজত টাৰ্মছ অৱ ৰেফাৰেন্স
|
৫
|
নৌসেনা-নৌসেনা টকছ সন্দৰ্ভত ভাৰতীয় নৌসেনা আৰু ফিলিপাইনছ নৌসেনাৰ মাজত টাৰ্মছ অৱ ৰেফাৰেন্স
|
৬
|
ভাৰত গণৰাজ্য চৰকাৰ আৰু ফিলিপাইনছ গণৰাজ্য চৰকাৰৰ মাজত অপৰাধমূলক বিষয়ত পাৰস্পৰিক আইনী সহায়ৰ চুক্তি
|
৭
|
ভাৰত গণৰাজ্য চৰকাৰ আৰু ফিলিপাইনছ গণৰাজ্য চৰকাৰৰ মাজত শাস্তিপ্ৰাপ্ত ব্যক্তিৰ হস্তান্তৰৰ চুক্তি
|
৮
|
ভাৰত গণৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ তথা ফিলিপাইনছৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মাজত ২০২৫-২০২৮ ৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ কাৰ্য্যসূচী
|
৯
|
পৰ্যটন সহযোগিতা সন্দৰ্ভত ফিলিপাইনছ গণৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ মাজত ৰূপায়ণ কাৰ্য্যসূচী (২০২৫-২০২৮)
|
১০
|
ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰত গণৰাজ্য চৰকাৰ আৰু ফিলিপাইনছ গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।
|
১১
|
ভাৰত গণৰাজ্যৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু ফিলিপাইনছৰ ফিলিপাইন মহাকাশ সংস্থাৰ মাজত আউটাৰ স্পেচৰ শান্তিপূৰ্ণ ব্যৱহাৰ সন্দৰ্ভত সহযোগিতাৰ উদ্দেশ্যৰ বিবৃতি
|
১২
|
ভাৰতীয় উপকূলক্ষী আৰু ফিলিপাইন উপকূলক্ষী বাহিনীৰ মাজত বৰ্ধিত সামুদ্ৰিক সহযোগিতাৰ টাৰ্মছ অৱ ৰেফাৰেন্স
|
১৩
|
ভাৰত গণৰাজ্য চৰকাৰ আৰু ফিলিপাইনছ গণৰাজ্য চৰকাৰৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্য্যসূচী
|
ঘোষণাঃ
১) ভাৰতে ফিলিপাইনছৰ সাৰ্বভৌম ডাটা ক্লাউড আন্তঃগাঁথনি স্থাপনৰ ক্ষেত্ৰত পাইলট প্ৰকল্পলৈ সমৰ্থন আগবঢ়াব;
২) তথ্য সংযোজন কেন্দ্ৰ – ভাৰত মহাসাগৰ অঞ্চল (IFC-IOR)-ত অংশগ্ৰহণৰ বাবে ফিলিপাইনছক আমন্ত্ৰণ;
৩) ফিলিপাইনছৰ নাগৰিকসকললৈ এবছৰৰ বাবে (২০২৫-ৰ আগষ্টৰ পৰা) গ্ৰেটিছ ই-টুৰিষ্ট ভিছাৰ সুবিধা সম্প্ৰসাৰিত কৰা হৈছে;
৪) ভাৰত-ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে যুটীয়াভাৱে স্মাৰক ডাক-টিকট উন্মোচন;
৫) ভাৰত গণৰাজ্য আৰু ফিলিপাইনছ গণৰাজ্যৰ মাজত অগ্ৰাধিকাৰমূলক বাণিজ্যিক চুক্তি সন্দৰ্ভত আলোচনাৰ বাবে টাৰ্মছ অৱ ৰেফাৰেন্সৰ অভিযোজনা।
***
MJPS/ST/SKS/SB
(Release ID: 2152667)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam