প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তিত্ব বি সৰোজা দেৱীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 14 JUL 2025 3:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তিত্ব বি সৰোজা দেৱীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।


শ্ৰী মোদীয়ে কয় যে তেওঁ ভাৰতীয় চলচ্চিত্ৰ আৰু সংস্কৃতিৰ প্ৰবাদ প্ৰতীম ব্যক্তিত্ব হিচাপে স্মৰণীয় হৈ থাকিব। তেওঁৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰতিভাই কেইবাটাও প্ৰজন্মৰ ওপৰত গভীৰ ছাপ এৰি গৈছে। বিভিন্ন ভাষা আৰু বিষয় সামৰি লোৱা তেওঁৰ কামেই তেওঁৰ বহুমুখী প্ৰতিভাকে আলোকপাত কৰি গৈছে, শ্ৰী মোদীয়ে লগতে কয়।


প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত এনেদৰে কৈছে;

 

"বিশিষ্ট চলচ্চিত্ৰ ব্যক্তিত্ব বি সৰোজা দেৱী জীৰ মৃত্যুত ব্যথিত হৈছো। তেওঁ ভাৰতীয় চলচ্চিত্ৰ আৰু সংস্কৃতিৰ প্ৰবাদ প্ৰতীম ব্যক্তিত্ব হিচাপে স্মৰণীয় হৈ থাকিব। তেওঁৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰতিভাই কেইবাটাও প্ৰজন্মৰ ওপৰত গভীৰ ছাপ এৰি গৈছে। বিভিন্ন ভাষা আৰু বিষয় সামৰি লোৱা তেওঁৰ কামেই তেওঁৰ বহুমুখী প্ৰতিভাকে আলোকপাত কৰি গৈছে । তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি ।"

 

******

MJPS/ST/HS


(ৰিলিজ আই ডি : 2144584) অতিথি কক্ষ : 39