প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিগত ১১ বছৰত নবীকৰণযোগ্য শক্তি খণ্ডত ১১টা পৰিৱৰ্তনশীল সংস্কাৰ সম্পৰ্কীয় এটা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 04 JUN 2025 1:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিগত ১১ বছৰত নবীকৰণযোগ্য শক্তি খণ্ডৰ ১১টা পৰিৱৰ্তনশীল সংস্কাৰৰ সম্পৰ্কীয় এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰলহাদ যোশীয়ে লিখা লেখাটোৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট লিখে;

"যোৱা ১১ বছৰত নবীকৰণযোগ্য শক্তি খণ্ডত ১১টা পৰিৱৰ্তনশীল সংস্কাৰৰ ওপৰত আলোকপাত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JoshiPralhad-এ – পঢ়ক!"

***

MJPS/ST/DB


(रिलीज़ आईडी: 2133885) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Nepali , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam