প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জিইএম প্লেটফৰ্ম সন্দৰ্ভত এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 19 MAY 2025 2:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলে জিইএম প্লেটফৰ্ম সন্দৰ্ভত লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।

'স্বচ্ছ শাসনৰ প্ৰতি চৰকাৰৰ প্ৰচেষ্টাক ডিজিটেলী উদগনি যোগাইছে। জিইএম ইণ্ডিয়াই প্ৰান্তীয় লোকৰ বাবে দুৱাৰ মুকলি কৰিছে, ৰঙা ফিটাৰ মেৰপেক নাইকিয়া কৰিছে আৰু বিপুল সঞ্চয় নিশ্চিত কৰিছে।'

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰীযুত পীয়ুষ গোৱেলৰ পোষ্টৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স পোষ্টত লিখে;

“স্বচ্ছ শাসনৰ বাবে চৰকাৰৰ প্ৰচেষ্টাই ডিজিটেলী উদগনি লাভ কৰিছে।

@GeM_India ই প্ৰান্তীয় লোকৰ বাবে দুৱাৰ মুকলি কৰিছে, ৰঙা ফিটাৰ মেৰপেক নাইকিয়া কৰি বিপুল সঞ্চয় নিশ্চিত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @PiyushGoyal ৰ জিইএম প্লেটফৰ্ম সন্দৰ্ভত এটা সবিশেষ তথ্যসমৃদ্ধ প্ৰবন্ধ! পঢ়ক"

***

MJPS/VJ/DB


(Release ID: 2129611)