প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰত আৰু চৌদি আৰৱৰ মাজৰ বৰ্ধিত সম্পৰ্কত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 22 APR 2025 2:54PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আৰৱনিউজ’-ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰত আৰু চৌদি আৰৱৰ মাজৰ বৰ্ধিত সম্পৰ্কৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে চৌদি আৰৱক এক বিশ্বস্ত বন্ধু আৰু কৌশলগত সহযোগী হিচাপে অভিহিত কৰে আৰু ২০১৯ চনত ‘কৌশলগত অংশীদাৰী পৰিষদ’ গঠনৰ পিছত দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’-ৰ এটা ‘পোষ্ট’-ত লিখিছে:

"@arabnews ৰে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী @narendramodi য়ে ভাৰত আৰু চৌদি আৰৱৰ মাজৰ বৰ্ধিত সম্পৰ্কত আলোকপাত কৰে। তেওঁ চৌদি আৰৱক "এক বিশ্বস্ত বন্ধু আৰু কৌশলগত সহযোগী" বুলি অভিহিত কৰে, ২০১৯ চনত ‘কৌশলগত অংশীদাৰী পৰিষদ’ গঠনৰ পিছত দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰে।

সাক্ষাৎকাৰটো ইয়াত পঢ়ক: https://arabnews.com/node/2597904/saudi-arabia

 

***

MJPS/VJ/KB


(Release ID: 2123464) Visitor Counter : 19