পোষ্ট কৰা হৈছে:
08 APR 2025 11:29AM by PIB Guwahati
‘ইকনমিক টাইমছ’ৰ সৈতে আজি হোৱা এক সাক্ষাৎকাৰত ‘মুদ্ৰা যোজনা’ৰ গুৰুত্বপূৰ্ণ প্ৰভাৱৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘ইটি’-ৰ সৈতে হোৱা সাক্ষাৎকাৰটোত শ্ৰী মোদীয়ে ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ (পিএমএমৱাই)ৰ ৰূপান্তৰণশীল প্ৰভাৱৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে।
‘এক্স’-ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’-ত প্ৰধানমন্ত্ৰীয়ে কয়;
"ইকনমিক টাইমছ-ৰ সৈতে হোৱা মোৰ সাক্ষাৎকাৰ সহভাগ কৰিছো, য'ত মই ‘মুদ্ৰা যোজনা’ৰ জীৱন পৰিৱৰ্তনকাৰী সামৰ্থ্য আৰু মৰ্যাদা তথা সৱলীকৰণৰ অন্বেষণত ই কিয় এক গুৰুত্বপূৰ্ণ আঁচনি হৈ আছে সেই বিষয়ে বৰ্ণনা কৰিছোঁ। #10YearsOfMUDRA।"
***
MJPS/ST/KB