প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভক্তসকলৰ জীৱনত সুখৰ এক নতুন সূৰ্য্যোদয় হিচাপে মা জগদম্বেৰ অনুগ্ৰহৰ ওপৰত প্ৰধানমন্ত্ৰীৰ আলোকপাত
পোষ্ট কৰা হৈছে:
04 APR 2025 8:28AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভক্তসকলৰ জীৱনত সুখৰ এক নতুন সূৰ্য্যোদয় হিচাপে মা জগদম্বেই কঢ়িয়াই অনা অনুগ্ৰহৰ ওপৰত আলোকপাত কৰে। তেওঁ শ্ৰীমতী লতা মংগেশকাৰৰ এটা প্ৰাৰ্থনাও শ্বেয়াৰ কৰে।
এক্স-ৰ এটা পোষ্টত তেওঁ লিখিছে –
"মা জগদম্বেৰ অনুগ্ৰহে তেওঁৰ ভক্তসকলৰ জীৱনত সুখৰ এক নতুন সূৰ্য উদয় কৰে। নৱৰাত্ৰিত মাতৃ দেৱীৰ বাবে লতা দিদিৰ এই স্তুতিয়ে সকলোৰে মাজত এক নতুন শক্তিৰ সঞ্চাৰ কৰিব।"
***
MJPS/SR/HS
(ৰিলিজ আই ডি : 2118658)
অতিথি কক্ষ : 69
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam