প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পৰীক্ষাৰ সময়ত পৰীক্ষা যোদ্ধাৰ অন্যতম ডাঙৰ মিত্ৰ হৈছে ধনাত্মকতাঃ প্ৰধানমন্ত্ৰী

Posted On: 15 FEB 2025 5:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ মিত্ৰ হিচাপে ধনাত্মকতাৰ গুৰুত্বৰ ওপৰত জোৰ দি কাইলৈৰ ‘পৰীক্ষা পে চৰ্চা’ৰ খণ্ডটো চাবলৈ সকলোকে আহ্বান জনাইছে।

মাইগভইণ্ডিয়াই এক্সত দিয়া এটা পোষ্টৰ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়,

“#ExamWarriors ৰ বাবে পৰীক্ষাৰ সময়ত ধনাত্মকতা অন্যতম ডাঙৰ মিত্ৰ। এই বিষয়টো কাইলৈৰ 'পৰীক্ষা পে চৰ্চা'ৰ খণ্ডত আলোচনা কৰা হ'ব আৰু @VikrantMassey আৰু @bhumipednekar এ তেওঁলোকৰ মতামত আমাৰ সৈতে শ্বেয়াৰ কৰিব।"

***

MJPS/ST/DB


(Release ID: 2104013) Visitor Counter : 15