প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিটিং ৰিট্ৰিট অনুষ্ঠানৰ বিশেষ মুহূৰ্ত, য'ত সশস্ত্ৰ বাহিনীয়ে আমাৰ স্বাধীনতা সংগ্ৰামীসকলক এক অনন্য ৰূপত সন্মান জনায়ঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 30 JAN 2025 7:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিটিং ৰিট্ৰিট অনুষ্ঠানৰ বিশেষ মুহূৰ্তসমূহ বন্দী কৰি এটা ভিডিঅ’ পোষ্ট কৰিছে, য’ত সশস্ত্ৰ বাহিনীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক এক অনন্যভাৱে সন্মান জনায়।

এক্সৰ এটা পোষ্টত এই অনুষ্ঠানৰ তাৎপৰ্য সদৰি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়;

“বিটিং ৰিট্ৰিট অনুষ্ঠানৰ বিশেষ মুহূৰ্ত, য’ত সশস্ত্ৰ বাহিনীয়ে আমাৰ স্বাধীনতা সংগ্ৰামীসকলক এক অনন্যভাৱে সন্মান জনায়।”

***

MJPS/ST/DB


(ৰিলিজ আই ডি : 2097777) অতিথি কক্ষ : 45