প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উদ্যোগী নিখিল কামাথৰ ‘পডকাষ্ট’ত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
10 JAN 2025 7:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্যোগী নিখিল কামাথে দ্বাৰা আয়োজন কৰা এক আগন্তুক ‘পডকাষ্ট’ত তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰু ব্যক্তিগত দৃষ্টিভংগীৰ বিষয়ে অন্তৰ্দৃষ্টি সহভাগ কৰে।
শ্ৰী মোদীয়ে ‘এক্স প্লেটফৰ্ম’ত নিখিল কামাথৰ এটা পোষ্টৰ সঁহাৰি দি কয়:
"আপোনালোকৰ বাবে এয়া যুগুতাই আমি যিমান ভাল পাইছিলো আপোনালোক সকলোৱেও ইয়াক উপভোগ কৰি সিমানেই ভাল পাব বুলি মই আশা কৰিছোঁ!"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2091713)
आगंतुक पटल : 49
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam