প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰশিক্ষণৰত আইপিএছসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়
চাইবাৰ অপৰাধৰ দৰে নতুন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে
प्रविष्टि तिथि:
04 OCT 2024 6:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে।
শ্ৰী মোদীয়ে বছৰ বছৰ ধৰি পুলিচিঙৰ ৰূপান্তৰ আৰু চাইবাৰ অপৰাধৰ দৰে নতুন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট লিখেঃ
"আজিৰ পুৱা ৭৬ আৰআৰৰ প্ৰশিক্ষণৰত আইপিএছসকলৰ সৈতে মত বিনিময় কৰিলোঁ। মানুহক সেৱা আগবঢ়োৱাৰ প্ৰচেষ্টাত তেওঁলোকক বহুত শুভেচ্ছা জনালোঁ। বছৰ বছৰ ধৰি পুলিচিং কেনেদৰে সলনি হৈছে আৰু চাইবাৰ অপৰাধৰ দৰে নতুন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাটো কেনেকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে সেই বিষয়ে আলোচনা কৰিলোঁ। @svpnpahyd"।
***
MJPS/RT/DB
(रिलीज़ आईडी: 2062464)
आगंतुक पटल : 62
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam