প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘স্বচ্ছ ভাৰত অভিযান’ ১৪০ কোটি ভাৰতীয়ৰ সহযোগিতাৰে পৰিচালিত এক অভূতপূৰ্ব আন্দোলন: প্ৰধানমন্ত্ৰী
Posted On:
02 OCT 2024 5:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘স্বচ্ছ ভাৰত অভিযান’য়ে ১০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে আৰু ১৪০ কোটি ভাৰতীয়ৰ সহযোগিতাৰে পৰিচালিত এক অভূতপূৰ্ব আন্দোলন বুলি মন্তব্য কৰে।
‘মাইগভইণ্ডিয়া’-ই ‘এক্স’-ত পুনৰাই কৰা এলানি ‘পোষ্ট’-ত প্ৰধানমন্ত্ৰীয়ে লিখিছে:
"#10YearsOfSwachhBharat ১৪০ কোটি ভাৰতীয়ৰ সহযোগিতাৰে পৰিচালিত এক অভূতপূৰ্ব আন্দোলন!"
***
MJPS/TS/KB
(Release ID: 2061446)
Read this release in:
Odia
,
Telugu
,
Bengali
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam