প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ‘মেক ইন ইণ্ডিয়া’ৰ ওপৰত তেওঁৰ মনোভাব ভাগ-বতৰা কৰে আৰু এই আঁচনিৰ আত্মাক শক্তিশালী কৰা উদ্ভাৱক আৰু সম্পদ সৃষ্টিকৰ্তাসকলক প্ৰণাম জনায়
পোষ্ট কৰা হৈছে:
25 SEP 2024 7:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মেক ইন ইণ্ডিয়া’ৰ ওপৰত মনোভাব লিখে আৰু মেক ইন ইণ্ডিয়াৰ আত্মাক শক্তিশালী কৰা উদ্ভাৱক আৰু সম্পদ সৃষ্টিকৰ্তাসকলক প্ৰণাম জনায়।
শ্ৰী মোদীয়ে কয় যে মেক ইন ইণ্ডিয়াৰ পদক্ষেপে বৃদ্ধিক আগুৱাই নিছে আৰু আমাৰ যুৱ শক্তিক ডাঙৰ সপোন দেখিবলৈ ডেউকা দিছে।
মেক ইন ইণ্ডিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ চিন্তাধাৰা LinkedInত পঢ়িব পাৰিব।
প্ৰধানমন্ত্ৰীয়ে এটা এক্স পোষ্টত কৈছে;
“@makeinindiaৰ আত্মাক শক্তিশালী কৰা প্ৰতিজন উদ্ভাৱক আৰু সম্পদ সৃষ্টিকৰ্তাক এক প্ৰণাম। এই পদক্ষেপে বৃদ্ধিক আগুৱাই নিছে আৰু আমাৰ যুৱ শক্তিক ডাঙৰ সপোন দেখাৰ ডেউকা দিছে! @LinkedInত কিছু মনোভাব লিখিলোঁ। https://www.linkedin.com/pulse/10-years-make-india-narendra-modi-sb2if? #10YearsOfMakeInIndia
**********
MJPS/ST
(ৰিলিজ আই ডি : 2059065)
অতিথি কক্ষ : 71
ত এই ৰিলিজটো পঢ়ক:
Odia
,
Tamil
,
Telugu
,
Manipuri
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Kannada
,
Malayalam