প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফলাফলৰ তালিকাঃ আবুধাবিৰ যুৱৰাজ মহামহিম শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ
प्रविष्टि तिथि:
09 SEP 2024 7:03PM by PIB Guwahati
১) বৰাকাহ পাৰমাণৱিক শক্তি প্ৰকল্প পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আমিৰাত পাৰমাণৱিক শক্তি কোম্পানী (ENEC) আৰু ভাৰতৰ পাৰমাণৱিক শক্তি নিগম লিমিটেড (NPCIL)ৰ মাজত বুজাবুজিৰ চুক্তি (MoU)।
২) আবুধাবি ৰাষ্ট্ৰীয় তেল কোম্পানী (ADNOC) আৰু ভাৰতীয় তেল নিগম লিমিটেডৰ মাজত দীৰ্ঘ্য-ম্যাদী এলএনজি যোগানৰ বাবে এখন চুক্তি।
৩) এডিএনঅ’চি আৰু ইণ্ডিয়া ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ লিমিটেড (ISPRL)ৰ মাজত বুজাবুজিৰ চুক্তি (MoU)।
৪) উৰ্জা ভাৰত আৰু এডিএনঅ’চিৰ মাজত আবুধাবি অনশ্ব’ৰ ব্লক ১ৰ বাবে উৎপাদন ৰেহাই চুক্তি।
৫) ভাৰতত ফুড পাৰ্ক স্থাপন সন্দৰ্ভত গুজৰাট চৰকাৰ আৰু আবুধাবি ডেভেলপমেন্টেল হল্ডিং কোম্পানী পিজেএছচি (ADQ)ৰ মাজত বুজাবুজিৰ চুক্তি (MoU)।
*****
MJPS/TS/SB
(रिलीज़ आईडी: 2053359)
आगंतुक पटल : 77
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam