প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰীয়ে পুৰুষৰ শ্বটপুট ইভেন্টত ৰূপৰ পদক লাভ কৰা শচীন খিলাৰীক অভিনন্দন জনাইছে

Posted On: 04 SEP 2024 3:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰা অলিম্পিক, ২০২৪-ত পুৰুষৰ শ্বটপুট এফ৪৬ ইভেন্টত ৰূপৰ পদক লাভৰ বাবে শচীন খিলাৰীক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা এক্স প’ষ্টত কয়;

“#Paralympics2024-ত শচীন খিলাৰীয়ে অৰ্জন কৰা অবিশ্বাস্য কৃতিত্বৰ বাবে তেওঁক অভিনন্দন জনালোঁ! তেওঁ শক্তি আৰু দৃঢ়তাৰ এক উল্লেখযোগ্য প্ৰদৰ্শনেৰে পুৰুষৰ শ্বটপুট এফ৪৬ ইভেন্টত ৰূপৰ পদক লাভ কৰিছে। ভাৰতে তেওঁক লৈ গৌৰৱ কৰিছে।

#Cheer4Bharat”

***

MJPS/ST/SB
 



(Release ID: 2051847) Visitor Counter : 30