প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লাখপতি দিদি কাৰ্য্যক্ৰমে মহিলাসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সবলীকৰণ সুনিশ্চিত কৰিছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 29 AUG 2024 3:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে লাখপতি দিদিসকলে আত্মসহায়ক গোটৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিছে। তেখেতে আৰু কয় যে দেশৰ নাৰীসকলে যাতে আগবাঢ়ি যাব পাৰে, সমৃদ্ধিশালী হ’ব পাৰে আৰু প্ৰগতিৰ নতুন মাত্ৰা স্থাপন কৰিব পাৰে, সেইবাবে যোৱা ১০ বছৰে নাৰী কল্যাণৰ বাবে অভূতপূৰ্ব কাম কৰা হৈছে।

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ এটা এক্স প’ষ্ট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে লিখিছেঃ

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @ChouhanShivraj-জীয়ে লিখিছে যে লাখপতি দিদিসকলে আত্মসহায়ক গোটৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিছে। দেশৰ নাৰীসকলে যাতে আগবাঢ়ি যাব পাৰে, সমৃদ্ধিশালী হ’ব পাৰে আৰু প্ৰগতিৰ নতুন মাত্ৰা স্থাপন কৰিব পাৰে, সেইবাবে যোৱা ১০ বছৰে নাৰী কল্যাণৰ বাবে অভূতপূৰ্ব কাম কৰা হৈছে। মহিলাসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সবলীকৰণ নিশ্চিত কৰা হৈছে।”

***

MJPS/TS/SB
 


(रिलीज़ आईडी: 2049791) आगंतुक पटल : 75
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam