তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মান ২০২৪ৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ ১৫জুলাই, ২০২৪লৈ বৃদ্ধি কৰিছে

Posted On: 10 JUL 2024 10:52AM by PIB Guwahati

আন্তৰ্জাতিক যোগ দিৱস ২০২৪ৰ প্ৰচাৰত সংবাদ মাধ্যমৰ ইতিবাচক ভূমিকা আৰু দায়বদ্ধতা স্বীকাৰ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মান (এৱাইডিএমএছ) ২০২৪ৰ তৃতীয় সংস্কৰণৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ ১৫ জুলাই, ২০২৪ (সোমবাৰ)লৈ বৃদ্ধি কৰিছে।

সংবাদ সংস্থাসমূহেআন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মান (এৱাইডিএমএছ)ৰ তৃতীয় সংস্কৰণ – ২০২৪ৰ বাবে তেওঁলোকৰ পঞ্জীয়নতথা সমল ১৫জুলাই, ২০২৪তাৰিখৰ ভিতৰত aydms2024.mib[at]gmail[dot]comলৈ প্ৰেৰণ কৰিব পাৰে। অংশগ্ৰহণৰ বাবে বিতং নিৰ্দেশনা প্ৰেছ ইনফৰমেশ্যন ব্যুৰো (https://pib.gov.in) তথা আই এণ্ড বি (https://mib.gov.in/) মন্ত্ৰালয়ৰ ৱেবছাইটত (https://mib.gov.in/)ত উপলব্ধ।

*****

PP/SS/DD/BB
 



(Release ID: 2032211) Visitor Counter : 25